আজি জিবুটিৰ স্বাধীনতা দিৱস
⏩১৮৩৮ চনত ‘পঞ্জাব কেশৰী ‘ মহাৰাজা ৰঞ্জিত সিংহৰ মৃত্যু।
⏩১৮৮০ চনত অন্ধ আৰু বধিৰ মাৰ্কিন লেখিকা হেলেন কেলাৰৰ জন্ম।
⏩১৯৬৪ চনত নতুন দিল্লীৰ তিনমূৰ্তি ভৱন নেহৰু স্মৃতি মিউজিয়ামলৈ ৰূপান্তৰিত।
⏩১৯৬৫ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী)মুখপত্ৰ পিপুল্ছ ডেমক্ৰেচী’ৰ প্ৰথম প্ৰয়াস।
⏩১৯৬ ৭ চনত ভাৰতৰ নিৰ্মিত প্ৰথম যাত্ৰীবাহী বিমান ‘এভ্নো এইচ এছ-৭৪৮’ ক ইণ্ডিয়ান এয়াৰলাইন্ছক সমৰ্পণ।
⏩১৯৭৭ চনত অসমীয়া চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাৰ মৃত্যু।
⏩১৯৯৮ চনত সাংবাদিক, প্ৰসাৰ ভাৰতী ব’ৰ্ডৰ অধ্যক্ষ নিখিল চক্ৰৱৰ্তীৰ ৮৪ বয়সত মৃত্যু।
⏩৯৯৯ চনত কাৰ্গিলৰ পৰা পাক অনুপ্ৰৱেশকাৰীক বহিস্কাৰৰ প্ৰসংগত ভাৰত- আমেৰিকাৰ ঐকমত্য প্ৰকাশ।
( পাটনা ৰে’ল ষ্টেচনত ৮৮ টা মানুহৰ লাওখোলা উদ্ধাৰ)।
⏩২০০১ চনত কফি আন্নাৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।
⏩২০০৮ চনত ভাৰতৰ ফিল্ড মাৰ্শ্বাল এছ এইচ এফ জেৰ মানেকশ্ব’ৰ মৃত্যু