কেপ ভার্দেৰ স্বাধীনতা দিৱস।
১৮৮৮ চনত মার্কিন শৰীৰবিদ তথা চিকিৎসক হার্বার্ট স্পেনছাৰ গাছাৰৰ জন্ম। স্পেনছাৰে ১৯৪৪ চনত চিকিৎসা- বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৪৭ চনত ব্রিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত।
১৯৬৪ চনত বুৰঞ্জীবিদ, সাহিত্যিক সূর্যকুমাৰ ভূঞা মৃত্যু।
কবি ,সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু।
১৯৭৭ চনত পাকিস্তানত সামৰিক অভ্যুত্থান। ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টো অপসাৰিত আৰু গ্ৰেপ্তাৰ। নতুন ৰাষ্ট্ৰপতি জিয়াউল হক।
১৯৯৯ চনত ঢাকা-কলকাতাৰ মাজত প্রথম বাছ চলাচল।
২০০২ চনত টেলিকম কেলেংকাৰিত অভিযুক্ত প্রাক্তন মন্ত্রী সুখ ৰামক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড।
২০০৩ চনত উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগত ছেৰেনা উইলিয়াম চেম্পিয়ন।
২০০৪ চনত প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত প্রত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন।