ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ কালৰূপ!

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। কলিয়াবৰত পুনৰ এজন আক্ৰান্ত জাপানীজ এনকেফেলাইটিছত। শেহতীয়াভাৱে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে এগৰাকী ৬৪ বছৰীয়া বৃদ্ধা। বৃদ্ধাগৰাকী ভোমোৰাগুৰি গাঁৱৰ পুতু বৰা। টি এম চি এইচৰ চিকিৎসা গ্ৰহণ কৰি থকা মহিলাগৰাকী বৰ্তমান নিজা ঘৰতেই আছে। টি এম চি এইচত ভৰ্তি কৰাবৰ বাবে কলিয়াবৰ স্বাস্থ্য বিভাগে প্ৰচেষ্টা হাতত লৈছে। এই লৈ কলিয়াবৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ৭ লৈ বৃদ্ধি পালে।

You might also like
Leave A Reply

Your email address will not be published.