গুৱাহাটী:বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল আজি পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব। এইবাৰৰ পৰীক্ষাত প্ৰায় ৩ লাখ ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰী বহিছিল পৰীক্ষাত।
১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা চূড়ান্ত বৰ্ষৰ পৰীক্ষা সমাপ্ত হৈছিল ১৬ মাৰ্চত। ২৮১ টা পৰীক্ষা কেন্দ্ৰত কিছু খামখেয়ালীৰ মাজত অনুষ্ঠিত হোৱা পৰীক্ষাত কলা শাখাত ২.৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল। একেদৰে বিজ্ঞান শাখাত ৫৫ হাজাৰ আৰু বাণিজ্য শাখাত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দিছিল পৰীক্ষা। ছাত্ৰ-ছাত্ৰী, অভিভাৱকে তলত উল্লেখ কৰা ১২ টা
ৱেবছাইটত লাভ কৰিব ফলাফল। ৱেবছাইট কেইটা হৈছে-
https://www.ndtv.com/
https://www.indiaresults.com
https://www.assamresult.in
https://results.digilocker.gov.in
https://www.results.shiksha
https://www.results.shiksha
https://www.results.shiksha
https://www.results.shiksha
https://www.results.shiksha
https://www.results.shiksha
https://www.results.shiksha
