Assam | Dr. Habbe Teron will be the Vice-Speaker of the Assembly: ডাঃ হাব্বে তেৰণ হ’ব বিধানসভাৰ উপাধ্যক্ষ

Dr. Habbe Teron will be the Vice-Speaker of the Assembly:ডাঃ হাব্বে তেৰণ হ'ব বিধানসভাৰ উপাধ্যক্ষ

 নিউজ ডেস্ক: অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হৈছে ডাঃ হাব্বে তেৰণ। প্ৰথবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা ডাঃ তেৰণ এগৰাকী সু-চিকিৎক। কাৰ্বি আংলঙৰ আমৰি সমষ্টিৰ পৰা জয়ী হৈ অহা ডাঃ তেৰণক বিধানসভাৰ উপাধ্যক্ষ ৰূপে মনোনীত কৰাৰ কথা আজি ঘোষণা কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে আশা প্ৰকাশ কৰে যে ডাঃ তেৰণ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কণ্ঠৰূপে থিয় দিব।

https://adtu.in/
ADVERTISEMENT

 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও এগৰাকী জনজাতি বিধায়ক তথা চিকিৎসককে উপাধ্যক্ষৰ পদত অধিস্থিত কৰা হৈছিল। ডাঃ নোমল মমিন আছিল অসম বিধানসভাৰ উপাধ্যক্ষ। কিন্তু দলে এইবাৰ ডাঃ মমিনক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে।

You might also like
Leave A Reply

Your email address will not be published.