১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা

ৰাজ্য বাসীলৈ ভাল খবৰ
????ক’ভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা
????১৬ আগষ্টৰ পৰা মুকলি হ’ব আন্তঃজিলা যাতায়াত
????লখিমপুৰ, গোলাঘাটত সান্ধ্য আইন শিথিল কৰি দিনৰ ১ বজালৈ দোকান-পোহাৰ খোলাৰ অনুমতি
????জিলা দুখনত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
????অন্যান্য জিলা সমুহত বিয়লি ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ
????বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন
????৭ আগষ্টৰ পৰা বিয়লি ৬ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ
????১ ছেপ্তেম্বৰৰ পৰা নৱম, দশম আৰু উচ্চ শিক্ষানুষ্ঠান সমূহ খোলাৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ।।

You might also like
Leave A Reply

Your email address will not be published.