ব্ৰঞ্জৰে উজলিল বজৰং

টকিঅ’ অলিম্পিকত দেশৰ আন এক কৃতিত্ব। মল্লযুঁজত বজৰং পুনিয়াই জিনিলে ব্ৰঞ্জৰ পদক। বজৰং পুনিয়াৰ হাতত ৮‐০ৰ ব্যৱধানত পৰাস্ত কাজাখাস্তানৰ ড’লেট নিয়াজবেক’।।

You might also like
Leave A Reply

Your email address will not be published.