কি হৈছিল বামুণী পাহাৰত?

ব্যুৰ’ ৰিপ’ৰ্ট,এন ই ভাৰত

হাই ভল্টেজ ইলেক্ট্ৰিকেল বাৰ্ণ তথা বজ্ৰপাতৰ ফলতেই বঢ়মপুৰৰ বামুণী পাহাৰত প্ৰাণ হেৰুৱাইছিল ১৮ টাকৈ বন্যহস্তীয়ে । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। অবশ্যে বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ শোকাৱহ ঘটনাক এতিয়াও সহজভাৱে গ্ৰহণ কৰিব পৰা নাই প্ৰকৃতিপ্ৰেমী মহলে।।

You might also like
Leave A Reply

Your email address will not be published.