ব্যুৰ’ ৰিপ’ৰ্ট,এন ই ভাৰত
লক্ষীমপুৰৰ Post Graduate Training College ৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাক অসম চৰকাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিযুক্তি দিছে।
উত্তৰ লক্ষীমপুৰৰ সুসন্তান বিশিষ্ট শিক্ষাবিদ গৰাকী অসমীয়া সাহিত্যৰ পিতামহ তথা অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি।।