হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু বিধায়কৰ। গোঁসাইগাঁও বিধান সভা সমষ্টিৰ BPF ৰ বিধায়ক মাজেন্দ্ৰনাথ নাৰ্জাৰীৰ আজি পুৱা ৫:৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাটালত দেহাৱসান ঘটে। BPF দলৰ একেৰাহে চাৰি বাৰৰ বিধায়ক আছিল নাৰ্জাৰী। বিধায়ক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে BTC প্ৰধান প্ৰমোদ বড়োৱে। ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
BPF ৰ বিধায়কৰ মৃত্যু
You might also like