আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ২০১২ চনৰে পৰাই হকীৰ যাদুকৰ মেজৰ ধ্যান চান্দৰ জন্মদিনটো দেশৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰূপে উদযাপিত হৈ আহিছে।১৯০৫ চনৰ ২৯ আগষ্টৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় হকীৰ প্ৰবাদপুৰুষ কিংবদন্তি ধ্যান চান্দৰ। ১৯২৮,১৯৩২ আৰু ১৯৩৬ চনত একেলেথাৰীয়ে তিনিবাৰকৈ গ্ৰীষ্মকালীন অলিম্পিকত স্বৰ্ণজয়ী ভাৰতীয় দলৰ অবিচ্ছেদ্য অংগ আছিল মেজৰ ধ্যান চান্দ। আজি ওপজা দিনত সমগ্ৰ দেশবাসীয়ে পুনৰবাৰ ৰোমন্থন কৰিছে হকীৰ যাদুকৰৰ সোণালী স্মৃতি ।।

You might also like
Leave A Reply

Your email address will not be published.