পেৰালিম্পিকত দেশৰ দ্বিতীয়টো স্বৰ্ণ জয়

টকিঅ’ পেৰালিম্পিকত ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ জয়।জেভলিন থ্ৰ’ত নিজৰেই পূৰ্বৰ বিশ্ব অভিলেখ ভংগ কৰি ৬৬.৫৫ মিটাৰ দূৰত্ব স্পৰ্শৰে ভাৰতৰ সুমিত আন্টিলে স্বৰ্ণ বিজয়েৰে পেৰালিম্পিকত সৃষ্টি কৰিলে আন এক ইতিহাস। ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হৈ চলিত পেৰালিম্পিকত প্ৰথমটো স্বৰ্ণ জয় কৰিছিল অৱনী লেখাৰাই।এই পৰ্যন্ত পেৰালিম্পিকত ভাৰতে ২ টা স্বৰ্ণ, ৪ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক সহ মুঠ ৭ টা পদক লাভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.