কভিডৰ নতুন SOP
????️নিশা ৮ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।
????️নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।
????️১০০ শতাংশ যাত্ৰীৰে মুকলি হ’ব আন্তঃজিলা যাতায়াত। অৱশ্যে বাছত থিয় কৰাই নিব নোৱাৰিব যাত্ৰী। চালক-হেণ্ডিমেন, যাত্ৰীয়ে মাস্ক পিন্ধা বাধ্যতামূলক।
????️মটৰ চাইকেলত দুজন যাত্ৰী উঠাব পাৰিব।
????️এতিয়াৰে পৰা দুটাকৈ ভেকচিন লোৱা বিমান,ৰে’ল যাত্ৰীয়ে কৰিব নালাগে কভিড টেষ্ট।
????️৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব চূড়ান্ত বৰ্ষৰ পাঠদান।
????️১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীয়ে এটা ভেকচিন লোৱাটো বাধ্যতামূলক।
????আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ’ল নতুন SOP
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like