৬ মহীয়া অনঃসত্বা মহিলাক নৃশংস হত্যা তালিবানীৰ

আফগানিস্তানত পুনৰ তালিবানীৰ নৃশংসতা।স্বামী আৰু সন্তানৰ সমুখতে মৰিয়াই,গুলীয়াই হত্যা ৬ মাহৰ অন্তঃসত্বা মহিলাক। ঘোৰ প্ৰদেশত দেওবাৰে নিশা সংঘটিত হয় এই নৃশংস ঘটনা।তালিবানীয়ে হত্যা কৰা মহিলা গৰাকী স্থানীয় এখন কাৰাগাৰৰ আৰক্ষী কৰ্মী বানু নেগাৰ। সংবাদ মাধ্যমৰ মতে মহিলা আৰক্ষী গৰাকীক ইমানেই নৃশংস ভাবে তালিবানীয়ে হত্যা কৰিছিল যে তেওঁৰ মুখাবয়ব চিনি পোৱাই টান হৈ পৰিছিল কাষতে থকা স্বামী আৰু সন্তানৰো।।

You might also like
Leave A Reply

Your email address will not be published.