শিশুৰ টীকাকৰণেৰে বিৰল সাফল্য কিউবাৰ

শিশুৰ ক’ভিড টীকাকৰণেৰে বিৰল কৃতিত্বৰ অধিকাৰী হ’ল কিউবা।চীন,আমেৰিকা,ৰাছিয়াক চেৰাই ২বছৰীয়া শিশুৰ টীকাকৰণ আৰম্ভ কৰা বিশ্বৰ প্ৰথমখন দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কিউবাই। কিউবাৰ এই সাফল্যক লৈ বিশ্বজুৰি আশাৰ সঞ্চাৰ।।

You might also like
Leave A Reply

Your email address will not be published.