ৰাষ্ট্ৰীয় এথলেটিকছৰ নৱতম চেনচেছন অম্লান!

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অম্লান বৰগোঁহাই নৱতম তাৰকা হিচাপে চিহ্নিত হৈছে। তেলেংগাণাত অনুষ্ঠিত হৈ থকা ৬০তম ৰাষ্ট্ৰীয় অপেন এথলেটিকচ প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰাৰ পাছত দেওবাৰে ২০০ মিটাৰ দৌৰত ২০.৭৫ ছেক্ণ্ডেৰে ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন, ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ সোণৰ পদক লাভ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.