ডিমাচাসকলৰ প্ৰসিদ্ধ ‘জুদিমা’লৈ স্বীকৃতি

উত্তৰ–পূবৰ প্ৰথমটো জনগোষ্ঠীয় পানীয়লৈ ভৌগোলিক স্বীকৃতি। ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় ‘জুডিমা’ই লাভ কৰিলে জি আই টেগ। অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলৰ গৱেষণাৰ অন্তত জি আই টেগ পালে জুডিমা’ই ।

You might also like
Leave A Reply

Your email address will not be published.