চামগুৰিত বন্যহস্তীৰ আতংক

ৰাজ্যত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। নগাঁও জিলাৰ চামগুৰিত দিনে-নিশাই চলিছে বন্যহস্তীৰ মুক্ত বিচৰণ। চামগুৰিৰ গেন্ধালী মাজৰআটি গাঁৱত তিনিটাকৈ বন্য হস্তীয়ে যোৱা ৪ দিন ধৰি অৱস্থান কৰি থকাত শংকিত হৈ পৰিছে অঞ্চলবাসী। নিশা হ’লেই হাতী কেইটাই উপদ্ৰৱ চলায় সমগ্ৰ অঞ্চলটোত । বন বিভাগৰ নিৰ্লিপ্ততাৰ অভিযোগ স্থানীয় ৰাইজৰ।।

You might also like
Leave A Reply

Your email address will not be published.