পঞ্জাৱ কংগ্ৰেছৰ নেতৃত্ব এৰিলে সিদ্ধুৱে

নৱজীৎ সিং সিদ্ধুৱে পঞ্জাৱ কংগ্ৰেছ প্ৰদেশৰ সভাপতি পদৰ পৰা আজি পদত্যাগ কৰে। তেওঁ সভাপতি পদৰ পৰা দায়িত্ব গ্ৰহণ কৰাৰ প্ৰায় দুমাহ পিছতে পদত্যাগ কৰে ।

খবৰ অনুসৰি নতুন ৰাজ্যিক কেবিনেটত কিছুমান নিযুক্তিৰ বাবে অসন্তুষ্ট হোৱা সিদ্ধুৱে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.