পূজাৰ পাছৰ পৰা খুলিব বিদ্যালয়!

পূজাৰ পাছৰ পৰা সম্পূৰ্ণ খুলিব ৰাজ্যৰ বিদ্যালয় সমূহ। ১৯ অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ হ’ব পাঠদান। অৱশ্যে প্ৰাৰম্ভিক পৰ্য্যায়ত সপ্তাহত ৩ দিনকৈ হ’ব নিম্ন আৰু উচ্চ প্ৰাথমিক (অষ্টম শ্ৰেণী পৰ্যন্ত) স্তৰৰ পাঠদান। নিয়মীয়াকৈ খুলিব নবম আৰু দশম শ্ৰেণী সমূহ।।

You might also like
Leave A Reply

Your email address will not be published.