নিউজ ডেস্ক-
ৰাজ্যত ০.৭৯ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৩৭৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৫ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১০৮ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২৩,৫২৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩১১ জন।।