উত্তৰ প্ৰদেশত হিংসাৰ দাবানল

উত্তৰ প্ৰদেশৰ লখিমপুৰত হিংসাত্মক ঘটনা।এজন মন্ত্ৰীৰ পুত্ৰই প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই নিয়াৰ অভিযোগ। এই ঘটনাত ৫ কৃষকৰ মৃত্যুৰ পৰিনতিত হিংসাত্মক পৰিস্থিতি।বিজেপি নেতাৰ গাড়ীত শতাধিক লোকৰ আক্ৰমণ, একাধিক গাড়ীত অগ্নিসংযোগ। আক্ৰমণ-প্ৰত্যাক্ৰমণত এই পৰ্যন্ত মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি। এজন চালকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ। লখিমপুৰত উত্তৰ প্ৰদেশ চৰকাৰে তাৎক্ষণিক ভাৱে কৰ্তন কৰিছে ইন্টাৰনেট সেৱা।ঘটনাস্থলীত ব্যাপক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন।।

You might also like
Leave A Reply

Your email address will not be published.