ৰাজকন্যা বিতৰ্কত থানাত হাজিৰ ডাঃ নৱনীল

GNRCৰ অধীক্ষক সুব্ৰত ভাগৱতীসহ দিছপুৰ থানাত হাজিৰ হ’ল চিকিৎসক ডাঃ নৱনীল বৰুৱা।মডেল ৰাজকন্যা বৰুৱা সন্দৰ্ভত চিকিৎসক জনৰ বিৰুদ্ধে উঠা অভিযোগ নস্যাৎ কৰিলে ডাঃ বৰুৱাই। সাংবাদিকৰ সমুখত ডাঃ বৰুৱাৰ মন্তব্য- পূৰ্বৰ পৰা তেওঁৰ চিনাকি নাছিল ৰাজকন্যাৰ সৈতে।ৰাজকন্যাক তেওঁ ICUত ভৰ্তি কৰোৱা নাছিল বুলিও মন্তব্য চিকিৎসকজনৰ।।

You might also like
Leave A Reply

Your email address will not be published.