SAFF চেম্পিয়নশ্বিপত আকৌ চেম্পিয়ন ভাৰত

মালেত অনুষ্ঠিত হোৱা SAFF চেম্পিয়নশ্বিপ ২০২১ত পুনৰ ভাৰতৰ ফুটবল দলৰ জয়লাভ। এইবাৰৰ জয়েৰে ভাৰতে ৮ বাৰ হস্তগত কৰে SAFF চেম্পিয়নশ্বিপ। SAFF চেম্পিয়নশ্বিপ ২০২১ৰ ফাইনেলত ভাৰতে নেপালক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অধিনায়ক সুনীল ছেত্ৰী, সুৰেশ ৱাংজাম আৰু চাহাল আব্দুল চামাদে এটাকৈ গ’ল দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.