অসম-মিজোৰাম সীমান্তত চাঞ্চল্য

কাছাৰৰ অসম-মিজোৰাম সীমান্তৱৰ্তী ধলাই খুলিচৰাত উদ্ধাৰ এটা হস্তনিৰ্মিত বোমা।
মাটীত পুতি থোৱা অৱস্থাত উদ্ধাৰ বোমাটো।কথমপি ৰক্ষা পৰিল অসম-মিজোৰাম সীমান্ত।
ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ বোমা বিষেশজ্ঞৰ দল উপস্থিত হৈ নিষ্ক্ৰিয় কৰে বোমাটো।।

You might also like
Leave A Reply

Your email address will not be published.