টি-২০ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়া

টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ। আজি দ্বিতীয়খন ছেমিফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। ইয়াৰ পূৰ্বে বুধবাৰে প্ৰথমখন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল নিউজিলেণ্ডে।

২০২২ চনৰ টি-২০ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়াত।।

You might also like
Leave A Reply

Your email address will not be published.