বোকাজানত মাৰনাস্ত্ৰ সহ পুনৰ জালত ৩

বোকাজানৰ লাহৰিজানত পুনৰ মাৰনাস্ত্ৰ সহ ৩ লোকক গ্ৰেপ্তাৰ।লাহৰিজানৰ ডুডু কলনী অঞ্চলত আৰক্ষীৰ এই অভিযান।অভিযানত উদ্ধাৰ এটা পইন্ট 22 mm পিষ্টল, মেগাজিন আৰু ২ ৰাউণ্ড সজীৱ গুলী।মাৰনাস্ত্ৰ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোলাঘাটৰ ইবুংগো সিনহা,বয়চা সিংহা আৰু ডিমাপুৰৰ আছকা ছেমাক।।

You might also like
Leave A Reply

Your email address will not be published.