অৰুণাচলত সেনাৰে সংঘৰ্ষত নিহত ৩ বিদ্ৰোহী

অৰুণাচল প্ৰদেশত অসম ৰাইফলছৰ বৃহৎ সফলতা। বিদ্ৰোহীৰ বিৰুদ্ধে চলোৱা তীব্ৰ অভিযানত দক্ষিণ অৰুণাচল প্ৰদেশৰ লংডিং অঞ্চলত ৬ জনীয়া অসম ৰাইফলছৰ দল এটাই এনএছচিএন(কে ৱাই এ)ৰ তিনি উগ্ৰপন্থীক হত্যা কৰে। সেনা বাহিনীয়ে এতিয়াও বাকী সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.