ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। সোমবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৫৩ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৮৭গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৩ গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ০.৫৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১০,২২৯ গৰাকী লোক। মৃত্যুমুখত পৰিছে ১২৫ ক’ভিড আক্ৰান্ত। আৰোগ্যৰ হাৰ ৯৮.২৬ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.