ICCৰ পুৰুষ ক্ৰিকেট সমিতিৰ অধ্যক্ষ পদত ‘দাদা’

বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীক আই চি চি পুৰুষ ক্ৰিকেট সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। গাংগুলীয়ে একালৰ সতীৰ্থ খেলুৱৈ অনিল কুম্বলেৰ স্থান ল’ব। কুম্বলেই ইতিমধ্যে আই চি চি পুৰুষ ক্ৰিকেট সমিতিৰ অধ্যক্ষ হিচাপে নিজৰ তিনি বছৰৰ কাৰ্যকাল সমাপ্ত কৰি পদত্যাগ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.