নিউজ ডেস্ক-
ৰাজ্যত ০.৫৬ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২০৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৯৭ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৭,৫৭৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২৩৬ জন।।