কেন্দ্ৰীয় কেবিনেটত গৃহিত কৃষি আইন বাতিলৰ প্ৰস্তাৱ

অধিকাৰৰ যুঁজত আৰু এখোপ অগ্ৰসৰ দেশৰ কৃষক। কেন্দ্ৰীয় কেবিনেটত গৃহিত হল কৃষি আইন বাতিলৰ প্ৰস্তাব। ১৯ নবেম্বৰত তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। সংসদৰ শীত কালিন অধিবেশনত উত্থাপনৰ পাছত উভয় সদনত গৃহিত হলেই বাতিল হব বিতৰ্কিত কৃষি আইন।।

You might also like
Leave A Reply

Your email address will not be published.