আজি ৭ জানুৱাৰী

➡️১৭৮৫ চনৰ ৭ জানুৱাৰী তাৰিখে বেলুনত উঠি ফৰাচী বিজ্ঞানীয়ে ইংলিছ চেনেল অতিক্ৰম কৰিছিল।
➡️১৮৫৯ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ লগত জড়িত থকাৰ অভিযোগত মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহৰ বিচাৰ আৰম্ভ হৈছিল।
➡️১৯৮৪ চনৰ এই দিনটোতে নোবেল জয়ী (১৯৬৬) ফৰাচী পদাৰ্থ বিজ্ঞানী আলফ্ৰেড কাষ্টলাৰৰ মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ আজিৰ দিনটোতে জাপানৰ ৰজা হিৰোহিটোৰ ৮৯ বছৰ বয়সত মৃত্যু হৈছিল।
➡️২০০৩ চনৰ ৭ জানুৱাৰী তাৰিখে ভূটান সীমান্তত ভাৰতীয় সেনা আৰু এন ডি এফ বিৰ মাজত প্ৰায় ৬০ ঘণ্টা ধৰি সংঘৰ্ষ।
➡️আজিৰ দিনটোতে মঙ্গল গ্ৰহলৈ মানৱবাহী যান প্ৰেৰণৰ ঘোষণা আমেৰিকাৰ।।

You might also like
Leave A Reply

Your email address will not be published.