আজি ২১ জানুৱাৰী

সুপ্ৰভাত

➡️আজিৰ মণিপুৰৰ ৰাজ্য দিৱস।
➡️১৭৯৩ চনৰ ২১ জানুৱাৰী তাৰিখে ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনক মৃত্যুদণ্ড বিহা হৈছিল।
➡️১৯২৪ চনৰ এই দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।
➡️১৯৩০ চনৰ আজিৰ দিনটোতে প্লুটো গ্ৰহ আৱিষ্কাৰ হৈছিল।
➡️১৯৫০ চনৰ ২১ জানুৱাৰী তাৰিখে ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল।
➡️১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল।
➡️১৯৭২ চনৰ এই দিনটোতে উত্তৰ-পূৰ্বাঞ্চলৰ (পুনৰ্গঠন) আইন অনুসৰি ত্ৰিপুৰাক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি।
➡️১৯৮৩ চনৰ ২১ জানুৱাৰী তাৰিখে ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান ভাইচ এডমিৰেল আৰ ডি কাটাৰিৰ মৃত্যু হৈছিল। এই পদত অধিষ্ঠিত হোৱা তেৱেঁই প্ৰথম ভাৰতীয়।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি কৰা হৈছিল।
➡️২০০৫ চনৰ এই দিনটোতে বাগদাদত প্ৰচণ্ড বিস্ফোৰণত ৫০তকৈও অধিক লোক নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.