আজি ২২ জানুৱাৰী

সুপ্ৰভাত

➡️১৫৬১ চনৰ ২২ জানুৱাৰী তাৰিখে ইংৰাজ সাহিত্যিক ফ্ৰান্সিছ বেকনৰ জন্ম হৈছিল।
➡️১৬৬৬ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হৈছিল।
➡️১৭৮৮ চনৰ এই দিনটোতে ইংৰাজ কবি বায়ৰনৰ (সম্পূৰ্ণ নাম জৰ্জ (গৰ্ডন) বায়ৰন) জন্ম হৈছিল।
➡️১৮৭৭ চনৰ ২২ জানুৱাৰী তাৰিখে দেশভক্ত তৰুণ ৰাম ফুকনৰ জন্ম হৈছিল।
➡️১৯০১ চনৰ আজিৰ দিনটোতে ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হৈছিল।
➡️১৯৬৩ চনৰ আজিৰ দিনটোতে ডেৰাডুনত দৃষ্টিহীন সকলৰ বাবে জাতীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৯৯৬ চনৰ ২২ জানুৱাৰী তাৰিখে নাট্যকাৰ-অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ মৃত্যু হৈছিল।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ ওচৰৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
➡️২০০৬ চনৰ ২২ জানুৱাৰী তাৰিখে বিশিষ্ট সংগীতশিল্পী দিলীপ চৌধুৰীৰ মৃত্যু হৈছিল।
➡️১৯২৭ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.