আজি ২৩ জানুৱাৰী

সুপ্ৰভাত

➡️আজি নেতাজী দিৱস।
➡️১৫৬৫ চনৰ আজিৰ দিনটোতে টেলিকোটা যুদ্ধত বিজয়নগৰ ৰাজ্যৰ ৰজা পৰাজিত হৈছিল। বিজয়নগৰ মুছলমান শাসকৰ অধীনলৈ আহিছিল।
➡️১৮৯৭ চনৰ ২৩ জানুৱাৰী তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল।
➡️১৯৭৬ চনৰ আজিৰ দিনটোতে মাৰ্কিন কৃষ্ণাংগ অভিনেতা, গায়ক পল ৰবছনৰ মৃত্যু হৈছিল।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে জনতা দল গঠন কৰা হৈছিল।
➡️১৯৮৯ চনৰ ২৩ জানুৱাৰী তাৰিখে স্পেইনৰ চিত্ৰকৰ ছালভাদোৰ ডালিৰ মৃত্যু হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে ক্ৰীড়াবিদ নীলিময় চৌধুৰীৰ মৃত্যু হৈছিল।
➡️২০০৮ চনৰ ২৩ জানুৱাৰী তাৰিখে তামিলনাডুৰ শ্ৰীৰংগম চহৰৰ এক বিবাহ মণ্ডপত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ৫২ জন লোকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.