ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৭০৭ গৰাকী লোক। আক্ৰান্তসকলৰ ৬৯ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, ৯৩ গৰাকী যোৰহাট জিলাৰ, ৬৭ গৰাকী ডিব্ৰুগড় জিলাৰ আৰু ৫৮ গৰাকী গোৱালপাৰা জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১১.৫৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৭ শতাংশ।

Related Posts

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২০,০৩৮ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৪৭ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৪.৪৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৩৯,০৭৩ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.