নৰ্ফক ষ্টেট ইউনিভাৰ্চিটিত গুলীচালনাৰ ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াত দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। ঘটনাটো সংঘটিত হয় নৰ্ফক ষ্টেট ইউনিভাৰ্চিটিত। অচিনাক্ত দুৰ্বৃত্তই ইউনিভাৰ্চিটিৰ একাংশ ছাত্ৰ-ছাত্ৰীক লক্ষ কৰি সংঘটিত কৰা এই গুলীচালনাত দুজনৰ মৃত্যু হোৱাৰ লগতে ছাত্ৰীসহ আন পাঁচজন আহত হয় । নৰ্ফক আৰক্ষীয়ে আক্ৰমণৰ সম্ভাৱ্য লক্ষ্য বা সন্দেহযুক্ত লোকৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।।

You might also like
Leave A Reply

Your email address will not be published.