ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ৭ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৫ গৰাকী দৰং জিলাৰ, ৪ গৰাকী ডিবগড় জিলাৰ, ৪ গৰাকী কাৰ্বি আংলং জিলাৰ আৰু ৪ গৰাকী গোৱালপাৰা জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৮৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৬,০৯৩ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৯৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৯,৩৩৬ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.