দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত বিধ্বংসী অগ্নিকাণ্ড।পুৱা প্ৰায় ৬:২৮ বজাত গুৰয়ং ভিলেজত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাই হৈ পৰে ৬০টা ঘৰ । অগ্নিকাণ্ডত ধ্বংস হোৱা ঘৰসমূহৰ বেছি সংখ্যক ভিনাইল পাইউড পেনেলৰ নিৰ্মিত বুলি অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰে প্ৰকাশ। প্ৰায় ৫০০ লোকক
সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। এই পৰ্যন্ত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰৰ লগতে জুই নিৰ্বাপন অভিযান অব্যাহত ৰাখিছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ছিউলত বিধ্বংসী অগ্নিকাণ্ড!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like