প্ৰচণ্ড ভূমিকম্পই জোকাৰি গল উত্তৰাখণ্ড!

নেচনেল ডেস্ক:

Related Posts

আজি পুৱা ৮.৫৮ বজাত প্ৰচণ্ড ভূমিকম্পই জোকাৰি গল পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড। ৰিখটাৰ স্কেল ৩.৮ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ কেন্দ্ৰস্থল উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পৰা ২৩ কিলোমিটাৰ দূৰত্বত, ১০ কিলোমিটাৰ গভীৰতাত। ভূমিকম্পত কোনো লোকৰ হতাহতৰ খৱৰ পোৱা নাই। এই তথ্য সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.