আমেৰিকাৰ আল শ্বাবাবৰ উগ্ৰপন্থীৰ ওপৰত এয়াৰ ষ্ট্ৰাইক!

ইণ্টাৰনেচনেল ডেস্ক:

ছোমালিয়াত আমেৰিকাৰ সামৰিক বাহিনীৰ দুধৰ্ষ আল শ্বাবাবৰ উগ্ৰপন্থীৰ ওপৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত নিহত কমেও ৩০ টা ইছলামিক আল শ্বাবাবৰ সন্ত্ৰাসবাদী। ছোমালিয়াৰ ৰাজধানী মোগাদিছুৰ পৰা প্ৰায় ২৬০ কিলোমিটাৰ উত্তৰত গালকাড চহৰৰ সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত হতাহত হোৱা নাই কোনো সাধাৰণ নাগৰিক। আক্ৰমণৰ সময়ত তিনিখন বাহন ধ্বংস হৈছে বুলি সদৰি কৰিছে আমেৰিকান আফ্ৰিকা কমাণ্ডে ।।

You might also like
Leave A Reply

Your email address will not be published.