আজি ২২ জানুৱাৰী

▶️১৫৬১ চনৰ এই দিনটোতেই ইংৰাজ সাহিত্যিক ফ্ৰান্সিছ বেকনৰ জন্ম হৈছিল।
▶️১৬৬৬ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হৈছিল।
▶️১৭৮৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি বায়ৰন(সম্পূৰ্ণ নাম জৰ্জ (গৰ্ডন) বায়ৰন)ৰ জন্ম হৈছিল।
▶️১৮৭৭ চনৰ এই দিনটোতেই দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল।
▶️১৯০১ চনৰ এই দিনটোতেই ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হৈছিল।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই ডেৰাডুনত দৃষ্টিহীন সকলৰ বাবে জাতীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা।
▶️১৯৯৬ চনৰ এই দিনটোতেই নাট্যকাৰ-অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ মৃত্যু হৈছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড়ৰ ওচৰৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলঙৰ আধাৰশিলা স্থাপন। ৪.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’ল আৰু পথসাঁকোখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবি আৰু দক্ষিণ পাৰৰ চাউলখোৱাক সংযোগ কৰে।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সংগীতশিল্পী দিলীপ চৌধুৰীৰ মৃত্যু হৈছিল।
▶️১৯২৭ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.