প্ৰশান্ত মহাসাগৰত উদ্ধাৰ ৩০ কোটি টকাৰ কোকেইন!

নিউজিলেণ্ডত ৩০ কোটি ডলাৰতকৈ অধিক মূল্যৰ ৩.২ টন কোকেইন উদ্ধাৰ। নিউজিলেণ্ড শুল্ক সেৱা আৰু নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীৰ যৌথ অভিযানত প্ৰশান্ত মহাসাগৰৰ পৰা উদ্ধাৰ ড্ৰাগছখিনি।সাগৰত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।উদ্ধাৰ হোৱা ড্ৰাগছখিনি অষ্ট্ৰেলিয়ালৈ সৰবৰাহৰ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.