আজি বিশ্ব বন্যপ্ৰাণী দিৱস!

আজি বিশ্ব বন্যপ্ৰাণী দিৱস৷ ১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি মৰ্মে!

নিউজ ডেস্ক:
জি বিশ্ব বন্যপ্ৰাণী দিৱস৷ ১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত Convention on International Trade in Endangered Species of World Fauna and Flora চমুকৈ CITES শীৰ্ষক সন্মিলনৰ চুক্তি মৰ্মে ৩ মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাবে পালন কৰি অহা হৈছে৷

উল্লখ্য যে CITES ৰ জন্মদিন হিচাপে পালন কৰি অহা বিশ্ব বন্যপ্ৰাণী দিৱসে এইবৰ্ষত ৫০ বছৰত ভৰি দিলে৷ সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া বিশ্ব বন্যপ্ৰাণী দিৱসৰ থীম হৈছে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অংশীদাৰীত্ব।

আনহাতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বই সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰাৰ সময়ত কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বদৰবাৰত এক নিদৰ্শন ডাঙি ধৰি বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ মান চিত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.