বেলজিয়াম,চেক গণৰাজ্যৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

বেলজিয়ামৰ ইউৰো কাপ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। যোৱা বাৰৰ বিজয়ী পৰ্তুগালক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি বেলজিয়ামে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰে।ইপিনে, প্ৰতিযোগিতাৰ আন এখন খেলত চেক গণৰাজ্যই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। নেডাৰলেণ্ডক ২-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি চেক গণৰাজ্যই কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰে।

You might also like
Leave A Reply

Your email address will not be published.