▶️১৪৮৩ চনৰ এই দিনটোতেই ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ জন্ম হৈছিল।
▶️১৫৬৪ চনৰ এই দিনটোতেই ইটালীৰ বিজ্ঞানী আৰু জ্যোতিৰ্বিদ গেলিলিঅ’ গেলিলিৰ জন্ম হৈছিল।
▶️১৮৬৯ চনৰ আজিৰ দিনটোতেই উৰ্দু কবি মিৰ্জা গালিবৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ‘ইণ্ডিয়ান এক্সপ্ৰেছ’লৈ প্ৰথম আই পি আই ইণ্ডিয়া বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই প্ৰীতি বৰুৱালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা আগবঢ়োৱা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৫ ফেব্ৰুৱাৰী
You might also like