NIAৰ সকলো গোচৰত দোষমুক্ত অখিল গগৈ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ডেৰ বছৰযোৰা কাৰাবাসৰ অন্তত ন্যায় লাভ অখিল গগৈৰ। অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল শিবসাগৰৰ নবনিৰ্বাচিত বিধায়ক গৰাকীৰ। NIAৰ সকলো গোচৰত অখিলক দোষমুক্ত ঘোষণা আদালতৰ। চানমাৰি থানাৰ গোচৰত চাৰিও অভিযুক্তকে দোষমুক্ত ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.