ৰাজ্যৰ ৩ জিলাত দ্ৰুতগতিত বৃদ্ধি সংক্রমণ।
কামৰূপ মহানগৰ, গোলাঘাট আৰু শোণিতপুৰত বৃদ্ধি সংক্রমণ।
সংক্রমণ বৃদ্ধি পোৱা অঞ্চলত কঠোৰৰ পৰা কঠোৰতম হ’ব নিয়ম।
সংক্রমণ হ্ৰাস পোৱা অঞ্চল সমূহত শিথিল কৰা হ’ব ক’ভিড নীতি।
শনিবাৰৰ পাছত প্ৰকাশ পাব স্বাস্থ্য বিভাগৰ নতুন SOP.
সাংবাদিকক জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।।