কি ক’লে শিক্ষামন্ত্ৰীয়ে ?

ছেবাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল

মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল সন্দৰ্ভত সংবাদমেল-

????কমিটিৰ দুয়োখন প্ৰতিবেদন গ্ৰহণ কৰিছে চৰকাৰে
????৩১ জুলাইৰ ভিতৰত প্ৰতিবেদনৰ ভিত্তিত ঘোষণা হ’ব ফলাফল
????দশম শ্ৰেণীৰ তথ্য নথকা স্কুলৰ শিক্ষাৰ্থীৰ মূল্যায়ন হ’ব নৱম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ পৰা
????৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা আৰু ৩০ শতাংশ কতৃপক্ষই দিব
????অন্য বিদ্যালয়ত প্ৰতিটো বিষয়ৰ ৪০ শতাংশ দশম শ্ৰণীৰ পৰা আৰু ৪০ শতাংশ নৱমৰ পৰা দিয়া হ’ব
????বাকী ২০ শতাংশ নম্বৰ দিব বিদ্যালয় কতৃপক্ষই
????বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত সিদ্ধান্ত লব বিদ্যালয়ে
????হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা পৰীক্ষাত প্ৰযোজ্য হ’ব এই ফৰ্মূলা
????উচ্চতৰ মাধ্যমিকৰ বাবেও বিশেষ ফৰ্মূলা
????উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বাবে ৪টা পদ্ধতি
????কলা,বিজ্ঞান,বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ বাবে সুকীয়া মূল্যায়ন পদ্ধতি
????ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ’ব ৩০ শতাংশ
????স্থান,ষ্টাৰমাৰ্ক আৰু ডিষ্টিংচন নাথাকিব এইবাৰৰ পৰীক্ষাত
????মেট্ৰিকত সৰ্বোচ্চ নম্বৰ পোৱা ৩টা বিষয়ৰ পৰা লোৱা হ’ব ৫০শতাংশ নম্বৰ
????২টা বছৰৰ শৈক্ষিক ক্ৰিয়াকলাপৰ পৰা লোৱা হব ১০% নম্বৰ
????ব্যৱহাৰিক শিক্ষাৰ পৰা ৩০ শতাংশ নম্বৰ
????আভ্যন্তৰীণ মূল্যাংকনৰ পৰা আহিব ১০% নম্বৰ
????বেটাৰমেণ্ট পৰীক্ষাৰ্থীৰ বাবেও বিশেষ ব্যৱস্থা
????মূল্যায়ন পদ্ধতিত সন্তুষ্ট ন’হলে পৰীক্ষাৰ ব্যৱস্থা কৰিব।
????অসন্তুষ্ট এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আবেদন কৰিলও হ’ব পৰীক্ষা
????১৫ ছেপ্তেম্বৰৰ ভিতৰত পুনৰ নীৰিক্ষণ পৰীক্ষা অনুস্থিত কৰা হ’ব
????মূল্যাংকনৰ ভিত্তিত দিয়া ফলাফলৰ নম্বৰ টেট বা অন্যান্য পৰীক্ষাত প্ৰযোজ্য ন’হব
????তেনে পৰীক্ষাৰ বাবে বিশেষ বাচনি পৰীক্ষাত অৱতীৰ্ন হ’ব লাগিব।।

You might also like
Leave A Reply

Your email address will not be published.